Monami's vlogs and recipes

TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google. Data displayed on this page is retrieved via YouTube API Services.
Updated:

Monami's vlogs and recipes Channel Description Snapshot

Channel Description

নমস্কাৰ। মই মনামী শইকীয়া।।মোৰ youtube channel ৰ জৰিয়তে আপোনালোকৰ লগত মই বিভিন্ন ধৰণৰ সহজ আৰু সুস্বাদু খাদ্য সমূহ কিদৰে তৈয়াৰ কৰিব পাৰি দেখুৱাবলৈ যত্ন কৰিছো।আমি অসমীয়া সকল য'তেই নাথাকো গাৱত বা চহৰত ন ন ব্যঞ্জন বোৰ জুতি লগাই ৰান্ধি খাই বৰ ভাল পাও।।।ময়ো তাৰ ব্যতিক্ৰম নহয়।।। বৰঞ্চ এই ৰান্ধি ভালপোৱা চখটো সৰুৰে পৰাই মোৰ অলপ বেছি য়েই আছিল।কৰ্ম সূত্ৰে অসমৰ পৰা দূৰত থাকিব লগা হোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ ব্যঞ্জন সমূহৰ লগত চিনাকি হোৱাত মোৰ সহায়ক হৈছে।।। চেনেলত মই অসমীয়া থলুৱা খাদ্যসমূহৰ লগতে আমাৰ দেশৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত অতি কৈ সমাদৃত হোৱা খাদ্য সম্ভাৰৰ ৰেচিপী সমূহো share কৰিছো। মোৰ এই video সমূহত ব্যঞ্জন বোৰ সুস্বাদু হোৱাৰ লগতে যাতে স্বাস্থ্যকৰ,সহজ আৰু পৰিয়ালৰ সকলোৰে বাবে গ্ৰহণ যোগ্য হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। গতিকে আশা কৰো আপোনালোকেও এই সোৱাদ লগা ৰেচিপী সমূহৰ ৰান্ধি খুৱাই আৰু নিজেও খাই ভাল পাব।।

About This Page

Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.

Snapshot

Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.