Education For Assam

TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google. Data displayed on this page is retrieved via YouTube API Services.
Updated:

Education For Assam Channel Description Snapshot

Channel Description

যিকোনো সহায়ৰ বাবে Mail কৰিব পাৰে
educationforassam@gmail.com

*-*-*-*-*-*-*-*-*

🙏 নমস্কাৰ 🙏

👉বন্ধু -বান্ধৱী তথা সমূহ অসমবাসী ৰাইজ৷👈

👉👉 এই শিক্ষামূলক ইউটিউব চেনেল -
''Education For Assam (অসম)" লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো ।🙏

এই চেনেলটোত আপোনালোকে অসমীয়া ভাষাত অসমৰ তথা ভাৰতবৰ্ষৰ সকলো ধৰণৰ চৰকাৰী তথা বেচৰকাৰী চাকৰিৰ খবৰ পাব । তাতোকৈ ডাঙৰ কথা এই চাকৰীৰ বাবে কি কি পঢ়িব লাগিব তাৰে ওপৰত সদায় Video Class পাই থকিব ।।

ইয়াত কি কি বিষয় পাব -
১) Quantitative Aptitute (গণিত)
২) Reasoning Ability (সামান্য বুদ্ধিমত্তা)
৩) General Knowledge (সাধাৰণ জ্ঞান)
৪) Computer Knowledge (কম্পিউটাৰ জ্ঞান)
৫) General Studies (Science, Geography, Polity, Economics, History)

ইয়াত কি কি Exam ৰ সম্পূৰ্ণ Syllabus (Video Playlis) পাব -
ADRE, Assam Police, Railway, DHS, TET,
APSC, SSC, DC Office JA, High Court, Railway

আহক আমি অসমবাসী ছাত্ৰ-ছাত্ৰী সকলে একেলগে আগবাঢ়ো ।
ভাৰতবৰ্ষৰ সকলো Competitive Exam ৰ বাবে আমিও সাজু হওঁ ।

Education for Assam

👉 ধন্যবাদ 👈

About This Page

Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.

Snapshot

Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.