StudyTech Assam
TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google.
Data displayed on this page is retrieved via YouTube API Services.
Updated:
StudyTech Assam Channel Description Snapshot
Channel Description
"StudyTech Assam" এই চেনেলৰ জৰিয়তে নৱম আৰু দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ লগতে উচ্চ গণিতৰ পাঠবোৰ ছাত্ৰ - ছাত্ৰীৰ বোধগম্য হোৱাকৈ আলোচনা কৰা হ'ব। জ্ঞান - পিপাসু ছাত্ৰ - ছাত্ৰীয়ে নিজৰ পাঠ্যক্ৰম আগুৱাই নিয়াত সহজ হ'ব। তাৰোপৰি গণিত বিষয়ৰ প্ৰতি ছাত্ৰ - ছাত্ৰীৰ আগ্ৰহ জন্মাবলৈ চেষ্টা কৰা হ'ব।
About me :
মই শ্ৰী পুষ্পধৰ দত্ত এজন গণিতৰ শিক্ষক। যোৱা ৩০টা বছৰে যোৰহাটৰ এখন আগশাৰীৰ বিদ্যালয়ত শিক্ষকতা কৰি আছো। এই দিঘলীয়া অভিজ্ঞতা খিনি ছাত্ৰ - ছাত্ৰীৰ মাজত Share কৰিবলৈ পাই মই যঠেষ্ট আনন্দিত হৈছো। মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই ছাত্ৰ - ছাত্ৰীসকলক কিঞ্চিতমানো উপকৃত কৰিলে মোৰ এই কষ্ট সাৰ্থক হ'ব।

About This Page
Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.
Snapshot
Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.