Joyce Meyer Ministries Assamese
TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google.
Data displayed on this page is retrieved via YouTube API Services.
Updated:
Joyce Meyer Ministries Assamese Channel Description Snapshot
Channel Description
জয়চি মেয়াৰ মন্ত্ৰালয়ৰ অসমীয়া বিভাগীয় ইউটিউব চেনেললৈ আপোনাক স্বাগতম। জয়চি মেয়াৰ হৈছে পৃথিৱীৰ এগৰাকী লেখত ল’বলগীয়া ব্যৱহাৰিক বাইবেল শিক্ষক আৰু গ্ৰন্থকাৰ। জয়চি মেয়াৰ মন্ত্ৰালয়ৰ জৰিয়তে, তেখেতে কিছুমান নিৰ্দিষ্ট বিষয় যেনে মন, মুখ, অৱস্থা আৰু আচৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেখেতৰ সৰল যোগাযোগৰ পদ্ধতিয়ে তেখেতক মুকলিকৈ আৰু ব্যহাৰিকভাবে তেখেতৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰাত সহায় যাতে আনে এইবোৰৰ শিক্ষা লাভ কৰি তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰিব পাৰে।
জয়চিয়ে এটা টিভি আৰু ৰেডিঅ’ অনুষ্ঠান পৰিৱেশন কৰে, দৈনন্দিন জীৱন সুখেৰে অতিবাহিত কৰে, যিটো বিশ্বজুৰি সম্প্ৰচাৰিত হয়। জয়চিৰ আগ্ৰহ হৈছে প্ৰতিদিনে দুখত পৰা ব্যক্তিক আশাৰ ৰেঙনি প্ৰদান কৰা, এইটো হৈছে জয়চি মেয়াৰ মন্ত্ৰালয়ৰ লক্ষ্যৰ অস্ত্ৰ।

About This Page
Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.
Snapshot
Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.