How TO Assamese
TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google.
Data displayed on this page is retrieved via YouTube API Services.
Updated:
How TO Assamese Channel Description Snapshot
Channel Description
নমস্কাৰ
আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই YouTube চেনেললৈ।
এই চেনেলত বিশেষকৈ চাকৰিৰ খবৰ, চৰকাৰী আঁচনি, বিদ্যালয় আৰু কলেজৰ গুৰুত্বপূর্ণ খবৰ, লগতে বহুতো শিক্ষামূলক আৰু জনসচেতনমূলক তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰা হৈছে।
আমাৰ চেনেলত আপোনালোকে নিম্নলিখিত বিষয়সমূহ পাব—
✅ নতুন চাকৰি খবৰ আৰু নিয়োগ খবৰ-অসম/ ভাৰত চৰকাৰ আৰু বিভিন্ন সংস্থাৰ নতুন চাকৰিৰ খবৰ, যোগ্যতা, আবেদন প্ৰক্ৰিয়া, তাৰিখ আৰু বিৱৰণ।
✅ বিভিন্ন চৰকাৰী আঁচনি আৰু সুবিধা-PMAY, জনধন যোজনা, স্বনিধি আঁচনি, কৃষি আঁচনি আদি চৰকাৰী আঁচনিৰ সঠিক আৰু তৎকালীন তথ্য।
✅ বিদ্যালয় আৰু কলেজৰ গুৰুত্বপূর্ণ বাতৰি-HSLC, HS, বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ, ফলাফল, নতুন নীতি, বৃত্তি আৰু অন্য ধৰণৰ ঘোষণা।
আমাৰ উদ্দেশ্য
এই চেনেলৰ জৰিয়তে আপোনালোকলৈ বিশ্বস্ত, সঠিক আৰু তৎকালীন তথ্য দিয়াটো আমাৰ মুখ্য লক্ষ্য। চেনেলটো Subscribe কৰি লগ থাকক আৰু নিজৰ বন্ধু-বান্ধৱীকো শ্বেয়াৰ কৰক। আপোনালোকৰ যিকোনো প্ৰশ্ন, পৰামৰ্শ বা বিষয়ৰ বাবে কমেন্টত লিখিব পাৰে। আমি সহায় কৰিবলৈ সদায় সাজু।
🙏 ধন্যবাদ আৰু শুভকামনা। || জয় হিন্দ জয় আই অসম ||
Contact- - howtoassamesehelpline247@gmail.com

About This Page
Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.
Snapshot
Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.