KRISHNA GOPAL ASSAMESE CULTURAL

TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google. Data displayed on this page is retrieved via YouTube API Services.
Updated:

KRISHNA GOPAL ASSAMESE CULTURAL Channel Description Snapshot

Channel Description

জয় গুৰু শংকৰ

🙏 স্বাগতম মোৰ YouTube চেনেলত! 🙏

এই চেনেলখনৰ লক্ষ্য হৈছে আধ্যাত্মিক ভক্তি, শ্ৰীকৃষ্ণৰ মহিমা, মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ শিক্ষা আৰু অসমীয়া সাংস্কৃতিক ঐতিহ্য জনসাধাৰণলৈ প্ৰেৰণ কৰা।

🔸 কৃষ্ণ নাম-স্মৰণ
🔸 ভক্তিময় কবিতা, পদ আৰু ভজন
🔸 শংকৰদেৱ-মাধৱদেৱৰ শিক্ষা আৰু ইতিহাস
🔸 অসমীয়া ধৰ্মীয় সাহিত্য আৰু সংস্কৃতি
🔸 মন-স্পৰ্শী ভিডিঅ', কাহিনী আৰু নাট্য

🌸 আপোনাৰ মৰম আৰু সহায়েই আমাৰ অনুপ্ৰেৰণা।
🌸 চেনেলখন Subscribe কৰক, Comment কৰক আৰু Share কৰিব নাপাহৰিব।

🌼 কৃষ্ণ কৃষ্ণ শব্দৰে, হৃদয়ত অনুৰণন হওক। 🌼


গুৰু দুজনা অমূল্য ভাণ্ডাৰৰ সৃষ্টিৰাজি লগতে অসমৰ সংস্কৃতিৰ সমূহ যিমান পাৰোঁ আপোনালোকৰ পৰম আশীৰ্বাদে আগবঢ়াবলৈ আমি চেষ্টা কৰিছো ।
এই চেনেলটোত আপুনি পাবে অসমীয়া সংস্কৃতি, পৰম্পৰা, লোককথা, শংকৰদেৱ-মাধৱদেৱৰ কাহিনী, বিহু আদিৰ বিষয়ে আধ্যাত্মিক আৰু সাংস্কৃতিক
এবাৰ শ্ৰৱণ কৰো আহক
ভাল লাগিলে like , share , comment কৰে যেন কৃষ্ণ কৃষ্ণ 🙏
জীৱনৰ সংজ্ঞা বিছাৰি

About This Page

Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.

Snapshot

Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.