Global Gyan in Assamese
TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google.
Data displayed on this page is retrieved via YouTube API Services.
Updated:
Global Gyan in Assamese Channel Description Snapshot
Channel Description
Global Gyan in Assamese মূলতঃ Competitive exam ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ এটি বিশেষ ধৰনৰ YouTube Channel |
য'ত নেকি মূলতঃ বৰ্তমান Assam Direct Recruitment 2026 - 2027 (ADRE 3.0) , APSC , Assam Police , DME , DHS , TET , BTR Grade III & IV etc. পৰীক্ষা ৰ বাবে উপযোগী হোৱাকৈ Video সমূহ Upload কৰা হ'ব |
ইয়াত GK , Current Affairs , Social Science , Science , English , Environmental Studies , Assamese etc. বিষয়ৰ
ভিডিঅ' সমূহ আপোনালোকে লাভ কৰিব |
World Politics , Indian Politics , Assam Politics , Current Affairs ৰ বিভিন্ন জটিল ঘটনাৱলী অতি সহজ সৰল ভাষাত অসমীয়াত জানিৱলৈ চেনেলটো Subscribe কৰি চাৱ পাৰে |
হায়াৰ চেকেণ্ডেৰীত ৰাজনীতি বিজ্ঞান লোৱা সকলৰ ৰ বাবেও সম্পূৰ্ণ বিনামূলীয়াকৈ অসমীয়াত Free Online Class ৰ ব্যৱস্থা এই চেনেলটোৰ মাধ্যমেৰে কৰা হ'ব; ধন্যবাদ 🙏
For business enquiries contact on:
Email: globalgyanassam@gmail.com

About This Page
Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.
Snapshot
Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.