Assamese Sikhadipt
TubeHealth is an independent service and is not affiliated with or endorsed by YouTube or Google.
Data displayed on this page is retrieved via YouTube API Services.
Updated:
Assamese Sikhadipt Channel Description Snapshot
Channel Description
এই চেনেললৈ আপোনাক স্বাগতম, অসমৰ বিভিন্ন শিক্ষা বিষয়ক কথা-বতৰাৰ আলোচনা ৰ উদ্দেশ্যে এই চেনেলটো খোলা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ লগতে অনুস্থিত হ'ব লগা বিভিন্ন প্ৰতিযোগিতাৰ বিজ্ঞাপন আমি প্ৰচাৰ কৰিম,গতিকে এই চেনেলক subscribe কৰি শেহতীয়া তথ্য সমূহো পোনালোকে জানিব পাৰিব । আপোনাৰ সহযোগিতা ই আমাক যথেষ্ট সহায় কৰিব। ইয়াত সম্প্ৰচাৰিত হোৱা বিভিন্ন প্ৰতিযোগিতা বা বিভিন্ন অনুস্থান যথেষ্ট অনুসন্ধানৰ পিছত আমি প্ৰচাৰ কৰো তাৰমাজতো যদি আপোনালোকৰ কিবা ওজৰ আপত্তি থাকে তেন্তে আমাক diptasdas@gmail.com ত জনাব পাৰিব।
ইয়াত প্ৰচাৰিত হ'ব লগা বিভিন্ন অনুস্থান বোৰ হ'ল-
১)তৰ্ক প্ৰতিযোগিতা
২)অনুসন্ধিৎসু বাখ্যা
৩)প্ৰেৰণাদায়ক কথা বতৰা
৪)জ্ঞানমূলক তথ্য
৫)বক্তৃতা প্ৰতিযোগিতা
৬)শেহতীয়া তথ্যৰাজি
ইত্যাদি
গতিকে channel টো subscribe কৰি থব।
For sponsorship business email id : diptasdas@gmail.com
ইয়াত প্ৰচাৰিত হ'ব লগা বিভিন্ন অনুস্থান বোৰ হ'ল-
১)তৰ্ক প্ৰতিযোগিতা
২)অনুসন্ধিৎসু বাখ্যা
৩)প্ৰেৰণাদায়ক কথা বতৰা
৪)জ্ঞানমূলক তথ্য
৫)বক্তৃতা প্ৰতিযোগিতা
৬)শেহতীয়া তথ্যৰাজি
ইত্যাদি
গতিকে channel টো subscribe কৰি থব।
For sponsorship business email id : diptasdas@gmail.com
About This Page
Methodology: This page displays a snapshot of publicly available creator information retrieved via YouTube API Services.
Snapshot
Snapshot Date:
Data Source: Public data retrieved via YouTube API Services
Data is refreshed at least once every 30 days.